DekaSang Resort Majuli মাজুলীৰ গৰমুৰৰ পৰা এক-ডেৰ কিলোমিটাৰ মান দুৰৈত, লুইতৰ পাৰৰ এখন সুন্দৰ ঠাইত এই ডেকাচাং ৰিজৰ্টখন অৱস্থিত ৷ এই ৰিজৰ্টখনলৈ অসমৰ লগতে অসমৰ বাহিৰৰো বহু লোক অহা দেখিবলৈ পোৱা গৈছে ৷ Dekasang is a traditional-styled resort seated in the river island of Majuli
Comments
Post a Comment